57
মৰিয়নীঃ মৰিয়নীৰ ভেলুগুৰিত দেওবাৰে নিশা এক পথ দুৰ্ঘটনা সংঘটিত হয়। বলেৰপিক আপৰ খুন্দাত নিহত হয় স্কুতী আৰোহী।
দেবজিৎ বৰা নামৰ এজন স্কুতি আৰোহীক খুন্দা মাৰে বলেৰ পিকআপ বাহনখনে৷ মৰিয়নীৰ ধোদৰ আলিৰ চামতলত সংঘটিত হয় এই দুৰ্ঘটনাটো। থিতাতে নিহত স্কুতি চালক দেবজিৎ বৰা।