Home ৰাজ্যখাদ্য সন্ধাত ওলাই অহা এটা প্ৰাপ্তবয়স্ক মখনা হাতীৰ মৃতদেহ উদ্ধাৰ

খাদ্য সন্ধাত ওলাই অহা এটা প্ৰাপ্তবয়স্ক মখনা হাতীৰ মৃতদেহ উদ্ধাৰ

by News Desk
67 views
A+A-
Reset

মৰিয়নীঃ বুধবাৰে মৰিয়নী শোলোঙাপাৰা গিৱণ অভ্যয়াৰণ্যৰ পশ্চিম দিশৰপৰা খাদ্যৰ সন্ধানত ওলাই অহা এদল বনৰীয়া হাতীৰ জাকৰ লগত এটা দিশভস্ত বনৰীয়া হাতীৰ সংঘৰ্ষ হয় ৷এই সংঘৰ্ষত জাকটোৰ আক্ৰমণত হাতীটো মৃত্যু হয় বুলি বনবিভাগে সন্দেহ কৰিছে৷

আজি বন্য হস্তীৰ মৃতদেহটো উদ্ধাৰ কৰে এদল স্থানীয় খৰিকটীয়াই খৰিকাটিবলৈ গৈ MES সেনাবাহিনী চাউনীৰ এডৰা ঘন হাবিৰ মাজত উদ্ধাৰ কৰে। কেইবাদিন পূৰ্বে হাতীটোৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে৷ ইতিমধ্যে, হাতীটোৰ শুৰৰ এটা অংশ কোনো বনৰীয়া জন্তুৱে ভক্ষণ কৰিছে লগতে হাতীটোৰ দেহৰ বিভিন্ন প্ৰান্তত গভীৰ আঘাতৰ চিন স্পষ্টকৈ দেখিবলৈ পোৱা গৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0