103
সপোন ৰহমান শইকীয়া, মৰিয়নীঃ মৰিয়নীৰ ৬০ নং বাগিছা পঞ্চায়তত পঞ্চায়ত সভাপতিয়ে চলোৱা ভয়াৱহ লুণ্ঠনৰ ছবিখন শেহতীয়াভাৱে পোহৰলৈ আহিছে এগৰাকী আৰ টি আই কৰ্মীৰ অনুসন্ধানত। বিগত সময়ছোৱাত পঞ্চায়তখনৰ ভুৱা জব কাৰ্ড, আই এ ৱাই গৃহ নিৰ্মানৰ আঁচনিকে ধৰি উন্নয়নমূলক প্ৰতিখন আঁচনিৰ ধন আত্মসাৎ কৰাৰ বাবে উন্নয়নৰ তিলমানো পোহৰ নপৰিল বাগিছা পঞ্চায়তখনত।
