62
মৰিয়নীঃ মৰিয়নীত কৃত্ৰিম বানপানী। নগা পাহাৰৰপৰা হঠাতে নামি অহা পানীৰ ঢলে অসম নগালেণ্ড সীমান্তৱৰ্তী দিছৈ ভেলী সংৰক্ষিত বনাঞ্চলৰ লগতে জংঘলব্লক অঞ্চলৰ কেইবাখনো গাঁও বুৰাই পেলাইছে।
বাঢ়নী পানীয়ে জংঘল ব্লক উচ্চ মাধ্যমিক বিদ্যালয়কে ধৰি কেইবাখনো বিদ্যালয়তবুৰাই পেলোৱাত বিদ্যালয়ৰ পাঠদান বন্ধ কৰি ৰখা হৈছে৷