ষাঠি বছৰীয়া বৃদ্ধই ৰাস্তাৰ দাঁতিত ৰৈ সংবাদ মাধ্যমৰ কেমেৰাৰ আগত...

Home ৰাজ্যষাঠি বছৰীয়া বৃদ্ধই ৰাস্তাৰ দাঁতিত ৰৈ সংবাদ মাধ্যমৰ কেমেৰাৰ আগত হুকহুকাই কান্দিছে…. কিন্তু কিয়??

ষাঠি বছৰীয়া বৃদ্ধই ৰাস্তাৰ দাঁতিত ৰৈ সংবাদ মাধ্যমৰ কেমেৰাৰ আগত হুকহুকাই কান্দিছে…. কিন্তু কিয়??

by News Desk
94 views
A+A-
Reset

মৰিয়নীঃ এজাক বৰষুণৰ পাছতে জীয়াতু ভোগিছে মৰিয়নী ২ নং ৱাৰ্ড গান্ধীনগৰ বাসী ৰাইজে৷ পৰিকল্পনা অবিহনে তৈয়াৰ কৰা নলানৰ্দমাৰ ফলত কৃত্ৰিমবানত ডুব গ’ল গান্ধীনগৰৰ বৃহৎ এলেকা৷ মৰিয়নী পৌৰ সভাৰ অবিজ্ঞান সন্মতভাৱে নলা-নৰ্দমা সমূহ নিৰ্মাণ কৰাৰ বাবেই নগৰখনত প্ৰতি বছৰে সৃষ্টি হয় কৃত্ৰিম বান বাটপথবোৰ নষ্ট হোৱাৰ লগতে বানৰ ফলত জীয়াতু ভুগিছে নগৰবাসীয়ে।

গান্ধীনগৰৰ বাটপথৰ বেয়া হোৱাৰ বাবে সঘনাই ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয় যোৱাৰ সময়ত জ্বলা কলা খুৱাইছে। গান্ধীনগৰৰ লোক সকলৰ ঘৰলৈ বুলি অহাযোৱা কৰা যানবাহন চলাচল কৰাত বাধা সৃষ্টি হোৱাৰ উপৰিও৷ নিশাৰ ভাগত হোৱা বৰষুণৰ পিছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী শ্ৰেণী কোঠালৈ যোৱাৰ বিপৰীতে ঘৰলৈ ঘূৰি যাবলগীয়া হৈছে পথৰ দূৰাৱস্থাৰ বাবে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0