সপোন ৰহমান শইকীয়া, মৰিয়নীঃ অসম বিধান সভাৰ এটা অন্যতম সমষ্টি মৰিয়নী বিধান সভা সমষ্টি৷ প্ৰায় সংবাদ মাধ্যমৰ কেমেৰা আগতে নকৰা কাণ্ড কৰি ৰাইজৰ মাজত আমোদ প্ৰমোদ যোগোৱা বিধায়ক গৰাকী মঙলবাৰে কিছু দিনৰপৰা শাসকীয় দল বিজেপিৰ বিশেষ গুন গাবলৈ ধৰা দেখিবলৈ পোৱা গৈছিল
তাৰ মাজতে হঠাৎ ৰাজ্য চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে অৱস্থান কৰা দেখা গ’ল মঙলবাৰে মৰিয়নীত৷ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে মৰিয়নীৰ অন্যতম এটা পথ MKG পথ পুনৰ নিৰ্মাণ আৰু এই পথৰ ওপৰেদি ১২ টনৰ অধিক ওজনৰ গাড়ী চলাচলত বাধা দাবীত প্ৰতিবাদ কৰে।