67
মৰিয়নীঃ মৰিয়নী নগৰ আদৰ্শ প্ৰথমিক বিদ্যালয়ৰ ৰান্ধনী ঘৰত ছাত্ৰ-ছাত্ৰীৰ বাবে আহাৰ তৈয়াৰ কৰি থকা সময়ত হঠাৎ ৰন্ধন গেছত জুই লাগে৷ সেই সময়তে বিদ্যালয়খনত অনুষ্ঠিত হৈছিল পৰীক্ষা৷
এই ঘটনা পাছতেই বিদ্যালয়ৰ কাষত থকা দোকান সমুহৰ দোকানীৰ লগতে অভিভাৱক আৰু বিদ্যালয়ৰ শিক্ষকৰ তৎপৰাত জুঁই নুমোৱাবলৈ সক্ষম হয়৷