67
মৰিয়নীঃ মৰিয়নী পুখুৰীয়াত বৃহস্পতিবাৰে পুৱা এক পথ দূৰ্ঘটনা সংঘটিত হয়৷ পুৱা ৭ বজাত মৰিয়নী অভিমুখী টাটা চুমু বাহনখনৰ হঠাতে চকা ফুটি যোৱাত গাড়ী চালকে নিয়ন্ত্ৰণ হেৰুৱাৰ সময়তে ছাত্ৰ-ছাত্ৰীৰে অহা এখন ভানে গাড়ীখনত খুন্দা মাৰে৷
