Home ৰাজ্যঘৰত অকলে থকা বিবাহিত মহিলাক ধৰ্ষণৰ চেষ্টা

ঘৰত অকলে থকা বিবাহিত মহিলাক ধৰ্ষণৰ চেষ্টা

by News Desk
53 views
A+A-
Reset

ৰঙিয়াঃ ৰঙিয়াৰ ততাৰকুছিত ঘৰত অকলে থকা এগৰাকী বিবাহিত মহিলাক ধৰ্ষণৰ অপচেষ্টা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। দুই দুৰ্বৃত্তই ধৰ্ষণৰ অপচেষ্টা চলাইছিল মহিলাগৰাকীক। পিছত ভূক্তভোগী মহিলাৰ চিঞৰ-বাখৰত স্থানীয় লোক উপস্থিত হৈ দুই দুৰ্বৃত্তক উত্তম-মধ্যম শোধাই আৱদ্ধ কৰে।

এই লৈ অঞ্চলটোত তীব্ৰ উত্তেজনাৰ সৃষ্টি হয় । পিছত ঘটনাস্থলীত উপস্থিত হয় ৰঙিয়া আৰক্ষী । ধৰ্ষণৰ অপচেষ্টা চলোৱা দুই অভিযুক্তক গতাই দিলে ৰঙিয়া আৰক্ষীক ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0