66
ডিজিটেল ডেস্কঃ ছৌদি আৰৱৰ নাজৰান চহৰত একেলগে মৃত্যু ঘটিল ১০ ভাৰতীয়ৰ৷ এটা বাসগৃহত সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত মুঠ ১১ গৰাকী লোক মৃত্যুমুখত পৰে৷ ইয়াৰে ১০ গৰাকীয়ে ভাৰতীয় বুলি জানিব পৰা গৈছে।
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি উক্ত ঘৰটোত খিৰীকি নোহোৱাৰ ফলত ধোৱা বাহিৰলৈ যাব পৰা নাছিল৷ ফলত ঘৰটোৰ ভিতৰতে উশাহ বন্ধ হৈ মৃত্যু ঘটে লোককেইজনৰ৷