Home ৰাজ্যহাগ্ৰামাক বঁটা প্ৰদানক লৈ ৰাজ্যজুৰি বিতৰ্ক

হাগ্ৰামাক বঁটা প্ৰদানক লৈ ৰাজ্যজুৰি বিতৰ্ক

by News Desk
65 views
A+A-
Reset

তিনিচুকীয়াঃ এটা বিশেষ বঁটাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে বিতৰ্কৰ। ঐতিহাসিক মোৱামৰীয়া গণবিপ্লৱৰ পিছত উজনি অসমত নিজা ৰাজনৈতিক দক্ষতা, বিচক্ষণতা আৰু ৰাজকীয় সাহসেৰে ১৭৮৮ খ্ৰীষ্টাব্দত স্বাধীন মটক ৰাজ্য প্ৰতিষ্ঠা কৰা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ নামত প্ৰৱৰ্তন কৰা বঁটাক লৈ সৃষ্টি হৈছে এই বিতৰ্কৰ।

যিসময়ত ইংৰাজ ঔপনিৱেশিক শাসন-শোষণে সমগ্ৰ ভাৰতবৰ্ষতে প্ৰভূত্ব বিস্তাৰ কৰিছিল, ইয়াণ্ডাবু সন্ধিৰ জৰিয়তে অবিভক্ত অসম ইংৰাজ সাম্ৰাজ্যবাদী শাসনৰ আওতালৈ আহিছিল সেইসময়তো ১৮৪২ চনলৈকে সগৌৰৱেৰে উৰি আছিল স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বাধীন মটক ৰাজ্যৰ ধ্বজা।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0