Home ৰাজ্যমটকক জনজাতিকৰণৰ দাবীত চাবুৱাত প্ৰতিবাদ

মটকক জনজাতিকৰণৰ দাবীত চাবুৱাত প্ৰতিবাদ

by News Desk
54 views
A+A-
Reset

চাবুৱাঃ সদৌ অসম মটক যুৱ-ছাত্র পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে শনিবাৰে চাবুৱা চাৰিআলিত মটক জনগোষ্ঠীক জনজাতি কৰণৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্রী জুৱেল ওৰামৰ প্ৰতিমূতি দাহ কৰে৷

ৰাজ্য চৰকাৰক মটক ৰজা সৰ্বানন্দ সিংহৰ তিথিৰ দিনটো চৰকাৰী বন্ধ ঘোষণা অাৰু মটকৰ কীৰ্তিচিহ্নসমূহ বেদখলমুক্ত কৰা লগতে সংৰক্ষণৰ ব্যৱস্থা কৰাৰ দাবী জনায় সংগঠনটোৱে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0