Home ৰাজ্যমটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীক জাতীয় নায়কৰ পৰা খলনায়ক নহ’বলৈ আহ্বান

মটক যুৱ-ছাত্ৰ সন্মিলনৰ প্ৰতিবাদ, মুখ্যমন্ত্ৰীক জাতীয় নায়কৰ পৰা খলনায়ক নহ’বলৈ আহ্বান

by News Desk
A+A-
Reset
2321d238-332c-4030-b44d-f2a803ef6856

newsnextone.com | তিনিচুকীয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যৰ সৰ্বত্ৰে প্ৰতিবাদ, বিক্ষোভ, ধৰ্ণা, জোঁৰ সমদল, মুণ্ডন কাৰ্যসূচী অব্যাহত আছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাৰ দুয়োপাৰ কঁপাই সকলো দল-সংগঠন, নাগৰিক বুদ্ধিজীৱি, লেখক, সাংবাদিক, অধিবক্তাকে ধৰি সৰ্বস্তৰ লোকেই ককাঁলত টঙালি বান্ধি ওলাই আহিছে যাতে কোনো কাৰণতে অবৈধ নাগৰিকৰ নাগৰিকত্ব প্ৰদান কৰা নহয়৷ 

তেজ দিম মাটি নিদিওঁ অংগীকাৰ কৰি অসম বিদেশীৰ চৰণীয়া পথাৰ নহয়, ৰাজ্য চৰকাৰৰ হায় হায় ধ্বনি কে ধৰি বিভিন্ন পন্থা অৱলম্বন কৰিও ক্ষান্ত হোৱা নাই৷ তিনিচুকীয়া জিলাৰ মটক যুৱ-ছাত্ৰ সন্মিলনৰ ডুমডুমা আঞ্চলিক সমিতিয়ে ডুমডুমাবাসী ৰাইজৰ সহযোগত মঙলবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পুত্তলিকা দাহ কৰি বিতৰ্কিত বিধেয়কখন শীঘ্ৰে বাতিল কৰিবলৈ দাবী জনায়৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0