Home ৰাজ্যশীঘ্ৰে একত্ৰিত হ’ব মটক জনগোষ্ঠীৰ দুই শক্তিশালী জনগোষ্ঠীয় সংগঠন

শীঘ্ৰে একত্ৰিত হ’ব মটক জনগোষ্ঠীৰ দুই শক্তিশালী জনগোষ্ঠীয় সংগঠন

by News Desk
64 views
A+A-
Reset

newsnextone.com | চাবুৱাঃ এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ব অসমবাসী৷ শীঘ্ৰে একত্ৰিত হ’ব দুই মেৰুত অৱস্থান গ্ৰহণ কৰা মটক জনগোষ্ঠীৰ দুই জাতীয় সংগঠন৷ সংগঠনৰ পৰা ওলাই গৈ আন এটা সংগঠন জন্ম দিয়াৰ ফলত বিভিন্ন সময়তে বিভিন্ন জনে মটক জনগোষ্ঠীৰ দুই সংগঠন অসম মটক যুৱ-ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক যুৱ-ছাত্ৰ সন্মিলনক এতত্ৰিত হৈ জাতিৰ বাবে যুঁজ দিবৰ বাবে আহ্বান জনাই আহিছে। তেনে আহ্বানৰ প্ৰভাৱ নিশ্চয় পৰিছে।

নেৰানেপেৰা প্ৰচেষ্টাৰ ফলস্বৰূপে একত্ৰিতকৰণৰ যৌথ সভা অনুষ্ঠিত হোৱাৰ দিশে আগবাঢ়িছে। যৌথ সভাত গৃহীত হোৱা প্ৰস্তাৱ মৰ্মে দুয়োটা সংগঠনে একত্ৰিত হ’লে জনতাই উল্লাস প্ৰকাশ কৰিব সেয়া নিশ্চিত৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0