57
ডিজিটেল ডেস্কঃ ভীষণ সমস্যাৰ সন্মুখীন হ’বলৈ সাজু থাকিব লাগিব সৰ্বসাধাৰণ। কিয়নো অহা ৩০ মে’ত সমগ্ৰ দেশতে বন্ধ ৰখা হ’ব পাৰে ফাৰ্মাচীসমূহ। সৰ্বভাৰতীয় কেমিষ্ট আৰু ড্ৰাগিষ্ট সন্থাই আহ্বান জনাইছে এই বন্ধৰ।
অনলাইনযোগে ঔষধ বিক্ৰীত চৰকাৰে অনুমতি দিয়াৰ ফলত ব্যৱসায় ক্ষতিগ্ৰস্ত হোৱাৰ পৰিপ্ৰেক্ষিততে এই বন্ধৰ আহ্বান জনাইছে বুলি জানিবলৈ দিছে সংস্থাটোৱে।