56
নলবাৰীঃ নলবাৰী জিলা পৰিষদৰ সভাকক্ষত আজি এখন সজাগতা সভা অনুষ্ঠিত হৈ য়ায৷ এমজিএনৰেগা সন্দৰ্ভত অনুষ্ঠিত সভাত নলবাৰী সমষ্টিৰ বিধায়ক অশোক কুমাৰ শৰ্মা উপস্থিত থাকে৷
বিধায়কগৰাকীয়ে পূৱ নলবাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত ১০ খন গাঁও পঞ্চায়তলৈ সৰ্বমুঠ ৯ কোটি ৫৬ লাখ টকাৰ আবন্টন পত্ৰ পঞ্চায়ত সচিবসকলৰ মাজত বিতৰণ কৰে।