গোৱালপাৰাৰ খৰমুজাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত সজাগতা সভা

Home ৰাজ্যগোৱালপাৰাৰ খৰমুজাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত সজাগতা সভা

গোৱালপাৰাৰ খৰমুজাত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সন্দৰ্ভত সজাগতা সভা

by News Desk
57 views
A+A-
Reset

গোৱালপাৰাঃ অহা ৩১ ডিচেম্বৰত প্ৰকাশ পাব ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ খচৰা৷ তাৰ মাজতে একাংশ লোক বিভিন্ন কাৰণত একাংশ লোক শংকিত হৈ পৰে৷ যাৰ ফলত প্ৰশাসনে বিভিন্ন ঠাইত  সভা অনুষ্ঠিত কৰি ৰাইজক সজাগ কৰাৰ চেষ্টা চলায়৷ সোমাবাৰে গোৱালপাৰা জিলাৰ খৰমুজাৰ গ্ৰাম্য পুথিভঁড়ালত জিলা প্ৰশাসনে দুই শতাধিক ৰাইজৰ উপস্থিতিত সজাগতা সভা অনুষ্ঠিত হয়।

বালিজানা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বন্তি তালুকদাৰে উপস্থিত ৰাইজক কোনো অশুভ শক্তিৰ প্ৰচাৰত ভোল নাযাবলৈ আহ্বান জনায়৷ কিবা শংকা থাকিলে প্ৰশাসনক জনাবলৈ কৈ সম্পূর্ণ সহযোগ কৰাৰ আশ্বাস প্ৰদান কৰে৷ সভাত পশ্চিম গোৱালপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক শ্বেখ শ্বাহ আলম, খৰমুজা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ চান্দুল্লা মিঞা, খৰমুজা মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক ৰহমত আলী,  স্থানীয় মুৰব্বী আব্দুল হামিদ মহাজনৰ লগতে গন্য-মান্য ব্যক্তিসকলে ৰাইজক উদ্দেশ্যে ভাষণ আগবঢ়ায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0