60
গোৰেশ্বৰঃ ভেন্সাৰ শিক্ষানুষ্ঠানৰ সমস্যা সমাধানৰ বাবে ৰাজ্য চৰকাৰে সময়ে-সময়ে আইন সংশোধন, আইন সলনি কৰি সময় পাৰ কৰিছে৷
ভেন্সাৰ স্কুলৰ শিক্ষক-কৰ্মচাৰীয়ে বিভিন্ন ধৰণে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও চৰকাৰে স্কুল সমুহ আজিলৈ প্ৰাদেশিকীকৰণ কৰা নাই।