Home ৰাজ্যশিৱসাগৰত একত্ৰিত হ’ব অসমৰ গাঁওবুঢ়া, লব পাৰে আন্দোলন কৰাৰ সিদ্ধান্ত

শিৱসাগৰত একত্ৰিত হ’ব অসমৰ গাঁওবুঢ়া, লব পাৰে আন্দোলন কৰাৰ সিদ্ধান্ত

by News Desk
134 views
A+A-
Reset

জয়সাগৰঃ অসমৰ গাঁওবুঢ়াসকলে বছৰ বছৰ ধৰি বিভিন্ন দাবী উত্থাপন কৰি দাবী সমূহ পূৰণ কৰাৰ বাবে চৰকাৰক হেঁচা প্ৰয়োগ কৰি আহিছে৷ দিনে-নিশাই সমাজ খনৰ বাবে জাগ্ৰত প্ৰহৰীৰ দৰে কাম কৰা গাঁওবুঢ়াসকলে সামান্য দৰমহাৰে পৰিয়াল চলাবলগীয়া হয়৷

নিতৌ আৰক্ষী থানা, ৰাজচক্ৰ কাৰ্যালয়, মহকুমাধিপতিৰ কাৰ্যালয়ত সভা-সমিতি কৰি ব্যস্ত হৈ থকা গাঁওবুঢ়াসকলে সামন্য টকাৰে পৰিয়াল চলাবলগীয়া হোৱাত ব্যাপক সমস্যাত পৰে৷ বিভিন্ন সময়ত ৰাজ্যৰ গাঁওবুঢ়াসকলে চৰকাৰক তেওলোকৰ সমস্যা সমূহ সমাধানৰ বাবে দাবী জনাই আহিছে যদিও চৰকাৰে গুৰুত্ব আৰোপ কৰা নাই৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0