48
শ্বিলংঃ মেঘালয় বিধান সভা নিৰ্বাচনৰ ভোটদানৰ বাবে মাজত মাথো কাইটামান ঘন্টা৷ ২৭ ফেব্ৰুৱাৰীৰ পুৱাই ৰাজ্যৰ জনসাধৰণে ভোট দিবলৈ ওলাই আহিব৷ নিৰ্বাচনৰ বাবে প্ৰস্তুতিও প্ৰায় সম্পূৰ্ণ কৰি তুলিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসনে৷ ভোট কেন্দ্ৰলৈ নিৰ্বাচনী বিষয়া-কৰ্মীৰ দল ইতিমধ্যে ৰাওনা হৈছে৷
Meghalaya to undergo voting tomorrow. Visuals of preparation from Shillong. #MeghalayaElection2018 pic.twitter.com/n8KPe9JsJD