60
মেঘালয়ঃ প্ৰকৃতিপ্ৰেমৰ অভিনৱ নিৰ্দশন দাঙি ধৰিছে চুবুৰীয়া ৰাজ্য মেঘালয়ে৷ বন্য জীৱ জন্তু সংৰক্ষণৰ বাবেই এক বিশেষ কাৰ্যপন্থা গ্ৰহণ কৰিছে পূবৰ স্কটলেণ্ড খ্যাত মেঘালয়ে৷ ৰাজ্যখনৰ এখন সৰু গাৱঁত মাছ সংৰক্ষণৰ বাবে ৰিলাংগ নদীত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিছে গাওঁবাসীয়ে৷
এই গাওঁখন নৰ্থ ইষ্টাৰ্ণ ৰিজিয়ন কমিউনিটি ৰিচৰ্ছ মেনেজমেন্ট প্ৰজেক্টৰ অন্তৰ্গত৷ মুলত পৰিৱেশৰ আৰু মানুহৰ ভাৰাসাম্য ৰক্ষাই এই আচনিৰ মুখ্য উদ্দেশ্য৷