55
ওদালগুৰিঃ ওদালগুৰিৰ বগৰীবাৰীত আল্ট্ৰা বাছৰ আৰ্হিত ৰাইজে সজালে ভেলাঘৰ৷ গাঁৱে-ভূঞে এতিয়া মাঘ বিহুক আদৰাৰ ব্যাপক প্ৰস্তুতি।
গাঁৱৰ পুৰুষ-মহিলা, যুৱক-যুৱতী সকলো এতিয়া ব্যস্ত গাঁৱৰ পথাৰত৷ সকলোৱে যেন ব্যস্ত ভেলাঘৰ সজোৱাত। পিছ পৰি থকা নাই ওদালগুৰি জিলাৰ বগৰীবাৰী অঞ্চলো৷