Home ৰাজ্যফিল’বাৰীত ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৰসবাৰী পৰ্যটন মেলা

ফিল’বাৰীত ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব ৰসবাৰী পৰ্যটন মেলা

by News Desk
77 views
A+A-
Reset

ফিল’বাৰীঃ লোককৃষ্টি, সংস্কৃতি, পৰম্পৰা, গীত, নৃত্য, খাদ্যৰ সমাহাৰ ঘটিব তিনিচুকীয়া জিলাৰ ফিল’বাৰীত৷ ফিল’বাৰীত অহা ২৬ ডিচেম্বৰৰ পৰা তিনিদিনীয় কাৰ্যসূচীৰে ৰসবাৰী পৰ্যটন মেলা অনুষ্ঠিত হ’ব৷ মেলাত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ গ্ৰাম্য পৰ্যটন মেলাত জনগোষ্ঠীয় লোককৃষ্টি, সংস্কৃতি, পৰম্পৰা, গীত, নৃত্য, খাদ্য আদিৰ সমাহাৰ ঘটিব বুলি জানিব পৰা গৈছে৷

ফিল’বাৰীৰ তৰাণি অৰণ্যৰ সমীপৰ ঐতিহ্যমণ্ডিত দূৱাৰমৰা নৈৰ পাৰৰ বালিচৰত অনুষ্ঠিত হ’ব এই মেলা। বাৰ্নিজ্য, প্ৰৰ্দশনী, গ্ৰন্থমেলা আৰু জনগোষ্ঠীয় সংস্কৃতিৰ অপূৰ্ব সমাহাৰ ঘটিব লগা মেলা খনে এইবেলি চতুৰ্থ বৰ্ষত ভৰি দিছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0