Home ৰাজ্যনলবাৰীত সাহিত্যসেৱী ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

নলবাৰীত সাহিত্যসেৱী ৰমেশ চন্দ্ৰ শৰ্মাৰ স্মৃতিচাৰণ সভা সম্পন্ন

by News Desk
58 views
A+A-
Reset

নলবাৰীঃ আজি নলবাৰী সাহিত্য সমাজৰ উদ্যোগত সমাজৰ আমৰণ সভাপতি, সাহিত্যসেৱী, অৱসৰপ্ৰাপ্ত শিক্ষক ৰমেশ চন্দ্ৰ শৰ্মাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ অৰ্থে এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হৈ যায়৷ সাহিত্য সমাজৰ ভাৰপ্ৰাপ্ত সভাপতি অনুপমা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাৰ উদ্দেশ্য বাখ্যা আৰু আদৰণি ভাষণ ৰাখে সাহিত্য সমাজৰ সম্পাদক তথা কবি বিনয় কুমাৰ মজুমদাৰে।

প্ৰয়াত শৰ্মাৰ বাসভৱন নলবাৰীৰ বিদ্যাপুৰত হোৱা সভাত বিশিষ্ট সাহিত্যিক ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্যই স্মৃতিচাৰণ কৰি কয় যে প্ৰয়াত শৰ্মা সচা অৰ্থতে ভাল মানুহ আছিল। বৰ্তমান সমাজত ডাঙৰ মানুহ হোৱা সহজ, কিন্তু ভাল মানুহ হোৱা কঠিন বুলি দোহাৰি শৰ্মা সদায়ে আনৰ হিত চিন্তা কৰা লোক আৰু আনক সজ উপদেশ দিয়া লোক আছিল মন্তব্য কৰে৷ এইগৰাকী ব্যক্তিৰ বিয়োগত সমাজৰ বহুত ক্ষতি হ’ল বুলিও দোহাৰে ডঃ ভট্টাচাৰ্যই।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0