74
newsnextone.com | ডিজিটেল ডেস্কঃ হোটেলৰ কোঠাত সোমাই দুই বিদেশী মহিলাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী হোটেলৰ পৰিচালকৰ বিৰুদ্ধে৷
ইতিমধ্যে আৰক্ষীয়ে হোটেলৰ পৰিচালকক গ্ৰেপ্তাৰ কৰিছে৷ এই ঘটনা সংঘটিত হৈছে জয়পুৰত৷ দুয়ো বিদেশী মহিলা আছিল মেক্সিকোৰ৷ মেক্সিকোৰ ভাৰতস্থিত দূতাবাসে দিয়া অভিযোগৰ ভিত্তিত গ্ৰেপ্তাৰ কাৰ হৈছে পৰিচালকক৷