67
ডিজিটেল ডেস্কঃ তামোল গছত উঠিলেহে নেটৱৰ্ক পোৱা যাব বুলি বাটে-ঘাটে শুনিবলৈ পোৱা যায় যদিও সঁচাকৈয়ে গছত উঠিবলগা হ’ল নেটৱৰ্ক বিচাৰি। তাকো এজন ভাৰত চৰকাৰৰ এজন কেন্দ্ৰীয় মন্ত্ৰী উঠিল গছত।
দৰাচলতে ৰাজস্থানলৈ বিশেষ কাৰ্যসূচী উপলক্ষে ভ্ৰমণলৈ যোৱা বিত্ত বিভাগৰ ৰাজ্যিক দপ্তৰৰ মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে দেওবাৰে নিজৰ সংসদীয় সমষ্টি বিকানেৰৰ এখন গাঁৱত উপস্থিত হয়।