ডিজিটেল ডেস্কঃ গণ ধৰ্ষণে দেশ কঁপোৱাৰ সময়তে শুকুৰবাৰে দেশৰ বিশিষ্ট সমাজকৰ্মী তথা কেন্দ্ৰীয় নাৰী শিশু কল্যাণ মন্ত্ৰী মানেকা গান্ধীয়ে এটি ভিডিঅ’ প্ৰচাৰ কৰে৷ ভিডিঅ’ প্ৰচাৰ কৰি জম্মু কাশ্মীৰৰ শিশু ধৰ্ষণৰ ঘটনাক লৈ আহত বুলি কয়৷
Deeply disturbed by incidents of rape against minors, Smt. @Manekagandhibjp and @MinistryWCD intend to propose an amendment to the POCSO Act and set a strong deterrent for perpetrators of this heinous crime. https://t.co/j50STSusLC pic.twitter.com/kTrXfmDLN6