মহানগৰীত এইবাৰ গাড়ী চুৰি কাণ্ডত জড়িত কিশোৰ

Home ৰাজ্যমহানগৰীত এইবাৰ গাড়ী চুৰি কাণ্ডত জড়িত কিশোৰ

মহানগৰীত এইবাৰ গাড়ী চুৰি কাণ্ডত জড়িত কিশোৰ

by News Desk
53 views
A+A-
Reset

গুৱাহাটীঃ মহানগৰীত গাড়ী চোৰৰ নতুন কৌশল৷ এইবাৰ শিশুৰ দ্বাৰা গাড়ী চুৰি কাণ্ডত নামি পৰিছে মহানগৰীৰ গাড়ী চোৰ৷ দেওবাৰে সংঘটিত হ’ল তেনে এক চুৰি কাণ্ড৷ ঘটনা অনুসৰি, দেওবাৰে ৰিজু মালাকৰ নামৰ উবেৰ চালকজনে মহানগৰীৰ ছয়মাইলস্থিত হোটেল লিলিৰ সন্মুখত নিজৰ উবেৰ বাহনখন ৰখাই চাফা কৰে৷

কিন্তু ভুলবশতঃ তেওঁ গাড়ীৰ চাবিপাত গাড়ীৰ ভিতৰতে থৈ বাহিৰৰ পৰা গাড়ীখন লক কৰাত বিমোৰত পৰে৷ পাছত ৰিজু মালাকৰে ঘৰৰ পৰা গাড়ীৰ আনপাত চাবি আনিবলৈ যায়৷ সেই সময়তেই লিখন চন্দ্ৰ ডেকা নামৰ এজন ১৫ বছৰীয়া কিশোৰে গাড়ীখনৰ এখন গ্লাছ ভাঙি গাড়ীখন লৈ যোৰাবাটৰ ফালে উধাও হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0