Home ৰাজ্যপলাশবাৰীৰ সাতপখলীত অবৈধ খননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

পলাশবাৰীৰ সাতপখলীত অবৈধ খননৰ বিৰুদ্ধে বন বিভাগৰ অভিযান

by News Desk
A+A-
Reset
0a71e3ee-f469-47a3-96bb-7f2cbd267093

মিৰ্জাঃ দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত তথা পশ্চিম কামৰূপ বন সংমণ্ডলৰ লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ অধীনস্থ ধনতোলা আৰু সাতপখলী ৰাজহ গাঁৱৰ গো-চৰণীয়া পথাৰত সম্প্ৰতি দিনে নিশাই শ শ ডাম্পাৰৰ, জেচিবি, এক্সভেট’ৰৰ সহায়ত ২০/৩০ ফুট গভীৰ বৃহৎ আকাৰৰ পুখুৰী খান্দি অবৈধ খনন চলাই ভূ মাফিয়াই সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে। 

স্থানীয় ৰাইজৰ কোনো অভিযোগক গুৰুত্ব প্ৰদান নকৰি আৰু সম্পূৰ্ণ ৰূপে বন আৰু ৰাজহ আইন ভংগ কৰি চলাই থকা এই অবৈধ খননৰ বিৰুদ্ধে বৃহস্পতিবাৰে পশ্চিম কামৰূপ বন সংমণ্ডলৰ ডিএফঅ’ ৰঞ্জন গোস্বামী আৰু দুজন এচিএফ দেৱেন কলিতা, গুনদ্বীপ দাস, কুলশী, বামুণিগাও, প্ৰ’টেকচন ৰেঞ্জৰ বিষয়া আৰু কৰ্মচাৰীৰ নেতৃত্বত এটা বৃহৎ বন বিভাগৰ দলে বিয়লি প্ৰায় চাৰি বজাত সাতপখলীৰ পথাৰত চলোৱা অবৈধ খনন স্থলীৰ পৰা শ শ ডাম্পাৰৰ জৰিয়তে মাটি কঢ়িওৱা প্ৰত্যক্ষ কৰি চাৰিখন চালান বিহীনভাৱে মাটি কঢ়িওৱা ডাম্পাৰ জব্দ কৰি আনিব খোজাত ভূ-মাফিয়া চক্ৰৰ প্ৰায় দুই শতাধিক লোকে বাটভেটি ধৰি বন বিভাগৰ দলটোক আৱদ্ধ কৰি ৰাখে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0