57
জীতুমণী, মিৰ্জাঃ দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত গাড়ী চুৰি-চক্ৰই দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল।
দিন-দুপৰতে বিভিন্ন ঠাইৰপৰা দুচকীয়া-চাৰিচকীয়া গাড়ী চুৰি কাৰ্য সংঘটিত কৰি আহিছে। যাৰ ফলত সৰ্বসাধৰণ ৰাইজ আতংকিত হৈ আহিছে। এই ক্ষেত্ৰত শুকুৰবাৰে পলাশবাৰী আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি পাঁচখনকৈ মটৰ চাইকেল আৰু পাঁচটা চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয়।