Home ৰাজ্যমিৰ্জাত বিজেপি যুৱ মৰ্চাৰ সভাত শতাধিক যুৱক-যুৱতীৰ যোগদান

মিৰ্জাত বিজেপি যুৱ মৰ্চাৰ সভাত শতাধিক যুৱক-যুৱতীৰ যোগদান

by News Desk
A+A-
Reset
c9cd5499-78c6-457c-ad69-ef5e6db49ac4

মিৰ্জাঃ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ লগতে তৎপৰ হৈ পৰিছে ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চা। ৰাজ্যৰ বিভিন্ন ঠাইত ভাৰতীয় জনতা পাৰ্টিৰ যুৱ মৰ্চাই নিৰ্বাচন উপলক্ষে সভাৰ আয়োজন কৰি ভোটাৰ ৰাইজৰ মাজত বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰিছে। সেই উদ্দেশ্য আগত ৰাখি দেওবাৰে পলাশবাৰীৰ মিৰ্জাস্থিত ৰাধা কৃষ্ণ ল’জৰ প্ৰেক্ষাগৃত ভাৰতীয় জনতা পাৰ্টিৰ দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ উদ্যোগত যোগদান সভা অনুষ্ঠিত হয়। 

দক্ষিণ কামৰূপ জিলা যুৱ মৰ্চাৰ সভাপতি গিৰিৰাজ তিমচিনাৰ পৌৰোহিত্যত এখন সভা অনুষ্ঠিত হয়। সভাত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি অৰূপ বৰ্মণ উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচনত যুৱ শক্তিৰ ভুমিকা তথা সাংগঠনিক ৰণ কৌশল দিশত আলোকপাত কৰাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচন দলে যিজন প্ৰাৰ্থীক প্ৰাৰ্থিত্ব প্ৰদান কৰে সেইজনক মতানৈক্য নকৰাকৈ বিপুল ভোটত জয়ী কৰাবলৈ আহ্বান জনায়। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0