Home দেশবিশ্বসুন্দৰী মানুষীক দিল্লীত উষ্ম আদৰণী

বিশ্বসুন্দৰী মানুষীক দিল্লীত উষ্ম আদৰণী

by News Desk
57 views
A+A-
Reset

ডিজিটেল ডেস্কঃ  সুদীৰ্ঘ ১৭ বছৰৰ মুৰত ভাৰতীয় সুন্দৰীয়ে আকৌ এবাৰ বিশ্বখিতাপ জিনিবলৈ সক্ষম হয়৷ বিশ্বসুন্দৰীৰ খিতাপ অৰ্জন কৰাৰ পিচত শনিবাৰে ভাৰতৰ মাটিত ভৰি থোৱাৰ লগে লগে দেশৰ ৰাজধানী দিল্লীত সুন্দৰীগৰাকীক অগণন জনতাই উষ্ম আদৰণি জনায়৷ ভগত ফুলসিংহৃ মহিলা মেডিকেল কলেজৰ ছাত্ৰী মানুষী ছিল্লৰে বিশ্বখিতাপ অৰ্জি আহি দিল্লী পোৱাৰ লগে লগে বিভিন্ন দল সংগঠনৰ লগতে সাধাৰণ জনতাই তেওঁৰ সাফল্যৰ বাবে সুন্দৰী গৰাকীকলৈ উৎসাহৰ ধল বোৱাই দিয়ে৷

দিল্লী বিমান বন্দৰৰ পৰা সমগ্ৰ দিল্লী চহৰ আতচবাজীৰে পোহৰাই তোলে৷ দেশৰ নেতাসকলেও সুন্দৰীগৰাকীৰ এই সাফল্যক একে মুখে শুভেচ্ছা যাচে। ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইটাৰ যোগে বিশ্বসুন্দৰীগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁলোকে ভাৰতলৈ বিশ্বসুন্দৰীৰ এই খিতাপ কঢ়িয়ায় অনা বাবে মানুষী ছিল্লাৰক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0