62
বাৰপুজীয়াঃ যোৱা ৭০ ঘন্টা ধৰি এগৰাকী শুংসুত্ৰ নাই এগৰাকী লোকৰ৷ মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ৬০ বছৰীয়া লোকগৰাকী নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷
লাহৰীঘাট আৰক্ষী থনাৰ অন্তৰ্গত তিনিচুকীয়াৰ মাহমৰাৰ গনেশ চন্দ্ৰ ডেকা নামৰ লোকজনে যোৱা ৫ ফেব্ৰুৱাৰীত ঘৰৰ পৰা ওলাই গৈ আজিলৈ ঘৰলৈ উভতি অহা নাই৷