60
newsnextone.com | যোৰহাটঃ যোৰহাট জিলাৰ ক্লাৱ ৰ’ডৰ পৰা এগৰাকী ছাত্ৰী নিৰুদ্দেশ হোৱাৰ ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, যোৰহাট জিলাৰ ক্লাৱ ৰ’ডৰ যতীন্দ্ৰ সিং নামৰ লোকজনৰ ঘৰত ভাড়াতীয়া হিচাপে থকা বৰকত অালী নামৰ লোকজনৰ সম্বন্ধীয় জিনি বেগম(১৩) নামৰ কিশোৰীগৰাকী যোৱা ১৫ আগষ্টৰ পৰা নিৰুদ্দেশ হৈ আছে।