Home ৰাজ্যএশ ঘন্টা সম্পূৰ্ণ, খবৰ নাই বৰষাৰ

এশ ঘন্টা সম্পূৰ্ণ, খবৰ নাই বৰষাৰ

by News Desk
54 views
A+A-
Reset

বাৰপুজীয়াঃ এশ ঘন্টা ধৰি খবৰ নাই বৰষাৰ৷ পিতৃ-মাতৃৰ দুচকুত এতিয়া টোপনিবিহীন ৰাতি৷ সন্ধান উলিয়াব পৰা নাই আৰক্ষীয়েও৷ মৰিগাঁও জিলাৰ বাখৰবড়ী মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰী বৰষা দাস৷

২৩ আগষ্টৰ দিনা ঘৰৰ পৰাই সন্ধানহীন হৈ পৰে ষোল্ল বছৰীয়া কিশোৰীগৰাকী৷ সন্ধিয়া নবম শ্ৰেনীত পঢ়ি থকা বৰষাক নেদেখি পৰিয়ালৰ মাজত হৈ চৈ লাগে৷ ওচৰ চুবুৰীয়া আৰু সম্বন্ধীয় সকলোৰে ঘৰত খবৰ কৰাৰ পাছত পিতৃ নিপেন বৰাই মৰিগাঁও সদৰ আৰক্ষী চকীত নিজ কন্যাক কোনো দুষ্ট চক্ৰই অপহৰণ কৰাৰ আশংকা কৰি এখন এজাহাৰ দাখিল কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0