Home ৰাজ্যমহানগৰীত হেৰাল ৰিজুমণি

মহানগৰীত হেৰাল ৰিজুমণি

by News Desk
102 views
A+A-
Reset

হৰিশিঙাঃ গুৱাহাটী মহানগৰ আৰক্ষীয়ে ২৪ দিনে সন্ধান উলিয়াব পৰা নাই এগৰাকী বিবাহিত মহিলাৰ৷ যোৱা ২৪ দিনে মহানগৰ আৰক্ষীয়ে এগৰাকী মহিলাৰ শুংসুত্ৰ উলিয়াব নোৱাৰাত ক্ষোভিত হৈ পৰিছে মহিলাৰ পিতৃ-মাতৃ৷ মহানগৰীৰ পাঞ্জাবাৰীৰ বতাঘুলীৰ বাসিন্দা ৰাম কুমাৰ ৰাহাঙৰ পত্নী তথা এটি ছাৰি বছৰীয়া সন্তানৰ মাতৃ ৰিজুমনি ৰাহাং যোৱা ৪ ছেপ্তেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছে৷

জানিব পৰা মতে, ৪ চেপ্তেম্বৰৰ পুৱা প্ৰায় ১০-৩০ বজাত বাঘৰগুৰীৰ মোমায়েকৰ ঘৰলৈ যাম ওলাই গৈ ২৪ দিনে নিৰুদ্দেশ হৈ আছে ৰিজুমণি৷ ওদালগুৰি জিলাৰ হৰিশিঙাৰ শস্ৰাপাৰা গাঁৱৰ প্ৰয়াত বুদ্ধিৰাম ডেকা আৰু কল্পনা ডেকাৰ কন্যা ৰিজুমণি নিৰুদ্দেশ হোৱাৰ খবৰ লাভ কৰাৰ পিছতে পিতৃ-মাতৃয়ে মহানগৰীৰ পাঞ্জাবাৰীৰ বতাঘুলীৰ জোৱায়েকৰ ঘৰত উপস্থিত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0