53
লখিমপুৰঃ লখিমপুৰৰ ১৪ বছৰীয়া কিশোৰী নিৰুদ্দেশ। ষষ্ঠ শ্ৰেণীৰ এই ছাত্ৰী গৰাকী যোৱা দুমাহে সন্ধানহীন হোৱা ঘটনাই এটিয়া দূৰ্ভগীয়া পৰিয়াটিৰ লগতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।
লখিমপুৰ জিলাৰ অসম-অৰুণাচল সীমান্তৰ ৰাজগড় কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ইঞ্জিলিন তিগগা নামৰ ১৪ বছৰীয়া ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী গৰাকী ১৯ জুলাই তাৰিখে পূৱা ঘৰৰ পৰাই নিৰুদ্দেশ হৈ আছে৷