Home ৰাজ্যঘৰলৈ উভতি অহা নাই অষ্টম শ্ৰেণীৰ ছাত্ৰ বিকাশ নাথে

ঘৰলৈ উভতি অহা নাই অষ্টম শ্ৰেণীৰ ছাত্ৰ বিকাশ নাথে

by News Desk
89 views
A+A-
Reset

ৰহাঃ নগাঁও জিলাৰ ৰহাৰ দীঘলদৰিৰ এগৰাকী ১৪ বছৰীয়া কিশোৰ নিৰুদ্দেশ হৈ থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ৰহাৰ দীঘলদৰিৰ ক্ষীতিশ নাথৰ পুত্ৰ বিকাশ নাথে শুকুৰবাৰে ঘৰৰ পৰা ওলাই গৈ উভতি নহাত চিন্তাত দিন পাৰ কৰিছে পৰিয়ালটোৱে৷

জানিব পৰা মতে, নিৰুদ্দেশ হোৱা কিশোৰ বিকাশে দীঘলদৰি কাকতি গাঁও মজলীয়া বিদ্যালৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ। শুকুৰবাৰে দুপৰীয়া ঘৰৰ পৰা ওলাই যোৱাৰ পিছৰে পৰা কোনো শুংসুত্ৰ নাই ছাত্ৰজনৰ৷ নিৰুদ্দেশ সম্পৰ্কত ইতিমধ্যে ৰহা আৰক্ষীক অৱগত কৰা পৰিয়ালটোৱে। ছাত্ৰজনৰ কোনো লোকে সম্ভেদ পালে 7399686415 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0