63
ডিব্ৰুগড়ঃ ৮ দিনে সন্ধান নাই এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰৰ৷ পিতৃ-মাতৃয়ে ব্যাকুল হৈ পৰিছে মৰমৰ সন্তানক বিচাৰি৷ মোৰ পুত্ৰ কেতিয়া আহিব বুলি চিন্তাত দিন পাৰ কৰিছে পিতৃ-মাতৃয়ে৷
ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত নগাঘূলি গাঁৱৰ চেখাৱত অালীৰ পুত্র তথা সপ্তম শ্ৰেণীৰ ছাত্ৰ আবিদুল ৰহমান নিজ ঘৰৰ পৰাই নিৰুদ্দেশ হয়৷