Home ৰাজ্যইউটিউবত আপলোড মিছন চাইনা, ক্ষতিপূৰণ দাবী

ইউটিউবত আপলোড মিছন চাইনা, ক্ষতিপূৰণ দাবী

by News Desk
63 views
A+A-
Reset

মঙ্গলদৈঃ অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ ব্যয়বহুল অসমীয়া বোলছবি মিছন চাইনাৰ জনপ্ৰিয়তাই অসমীয়া চলছিত্ৰ জগতত এক নতুন ইতিহাসৰ ৰচনা কৰিছে। অসমীয়া বোলছবি জগতলৈ যেন পুনৰ ঘুৰি আহিছে নব্বৈৰ দশক। ছবিগৃহ সমূহত মানুহৰ লানি নিচিগা সোতে তাক স্পষ্ট কৰি দিছে।

কিন্তু তাৰ মাজতে সোমবাৰে সংঘটিত হোৱা এটা ঘটনাই অস্বস্তিত পেলাইছে মিছন চাইনাৰ পৰিয়ালক। চৈয়ব আখতাৰ নামৰ মঙলদৈৰ যুৱকজনে মিছন চাইনাৰ কিয়দাংশ ৰেকৰ্ড কৰি ইউটিউবত আপলোড কৰাৰ পাছতে মিছন চাইনাৰ টিম আৰু জুবিন ফেন ক্লাবৰ মাজত অস্বস্তি বৃদ্ধি পায়। সোমবাৰে নিশাই মিছন চাইনাৰ দলটোৱে জুবিন ফেন ক্লাৱৰ সহযোগত মঙলদৈ আৰক্ষী থানাত এক গোচৰ তৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0