Home ৰাজ্যঅসমীয়াক আক্ৰমণকাৰী মিঠুক গ্ৰেপ্তাৰ, তৃতীয় দিনাও উত্তপ্ত নগাঁও

অসমীয়াক আক্ৰমণকাৰী মিঠুক গ্ৰেপ্তাৰ, তৃতীয় দিনাও উত্তপ্ত নগাঁও

by News Desk
56 views
A+A-
Reset

নগাঁওঃ জাতি-মাটি-ভেটিক সুৰক্ষা দিব বুলি সদম্ভে ঘোষণা কৰা দল শাসনৰ গাদীত থকাৰ সময়তে চিলাপথাৰৰ পিছত নগাঁৱত খিলঞ্জীয়া অসমীয়াৰ ওপৰত সংঘটিত হোৱা আক্ৰমণক লৈ আজি তৃতীয় দিনাও সমগ্ৰ ৰাজ্যতে উত্তেজনাই বিৰাজ কৰে৷ ঘটনাটোক কেন্দ্ৰ কৰি নগাঁও চহৰত আজি উত্তেজনাই চৰম ৰূপ লয়৷

ইয়াৰ মাজতে নগাঁও আৰক্ষীয়ে সন্ধিয়াৰ ভাগত বিজেপিৰ শীৰ্ষ নেতা তথা কেন্দ্ৰীয় ৰাজ্যিক ৰেলমন্ত্ৰী ৰাজেন গোঁহাইৰ ব্যক্তিগত সহায়ক মিঠু ৰয় ওৰফে অভিষেকক গ্ৰেপ্তাৰ কৰে৷ মিঠুক গ্ৰেপ্তাৰৰ খবৰ পোৱাৰ পিছতে ডেৰ সহস্ৰাধিক লোকে নগাঁও সদৰ থানাত উপস্থিত হৈ থানা ঘেৰাও কৰে৷ এই বাতৰি যুগুতোৱা পৰলৈকে উত্তেজিত ৰাইজে থানা ঘেৰাও অব্যাহত ৰখা বুলি জানিব পৰা গৈছে৷ উত্তেজিত ৰাইজে থানা ঘেৰাও কৰি ধৃত মিঠুক ৰাইজক গতাই দিবলৈ দাবী জনায়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0