54
ডিজিটেল ডেস্কঃ শাসকীয় বিজেপি দলৰ একাংশ নেতা, সাংসদ, বিধায়কে এতিয়া মুখ খুলিলেই বিতৰ্কৰ সৃষ্টি হয়৷ কেতিয়াবা আন ধৰ্মৰ বিৰুদ্ধে, কেতিয়াবা তাজমহলৰ বিৰুদ্ধে বিৰূপ মন্তব্য প্ৰদান কৰি বিতৰ্কৰ সৃষ্টি কৰি আহিছে৷ আমি জানো দেশৰ জনসংখ্যা বৃদ্ধি এক বহুল সমস্যাৰূপে পৰিগণিত হৈছে৷
