Home ৰাজ্যবিধায়ক মৃণাল শইকীয়াৰ দাবী স্বত্বেও আজিলৈকে দৰমহা বৃদ্ধি নহ’ল কাজিৰঙাৰ অস্থায়ী বনকৰ্মী, গৃহৰক্ষীৰ

বিধায়ক মৃণাল শইকীয়াৰ দাবী স্বত্বেও আজিলৈকে দৰমহা বৃদ্ধি নহ’ল কাজিৰঙাৰ অস্থায়ী বনকৰ্মী, গৃহৰক্ষীৰ

by News Desk
A+A-
Reset

পলিমা চেতিয়া বসুমতাৰী,কাজিৰঙাঃ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত ৬ শতাধিক বনকৰ্মী আৰু গৃহৰক্ষী জোৱানৰ দৰমহা বৃদ্ধিৰ ব্যৱস্থা আজিকোপতি ন’ললে ৰাজ্য চৰকাৰে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ১৯৯ টা বনশিবিৰতে ফ্ৰন্ট লাইন স্থান হিচাবে অস্থায়ী বনকৰ্মী আৰু গৃহৰক্ষী জোৱান সকলে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰভাগত হাজাৰ বাধা-বিঘিণিকো অতিক্ৰম কৰি ২৪ ঘন্টাই নিজৰ কৰ্তব্যক অৱহেলা নকৰি আন্তৰিকতাৰে কৰ্তব্য পালন কৰি আহিছে৷ 

বিশেষকৈ ভয়াৱহ ৰূপত অহা প্ৰলয়ংকৰী বানৰ সময়ত প্ৰতিকুল পৰিস্থিতিতো নিজৰ জীৱন বিপদাপন্ন কৰিও অতি নিষ্ঠাৰে নিজৰ কৰ্তব্য পালন কৰি আহিছে ৰাষ্ট্ৰীয় উদ্যানখনত নিয়োজিত অস্থায়ী বনকৰ্মী আৰু গৃহৰক্ষী জোৱান সকলে৷ কিন্তু দৰমহাৰ বাবদ এইসকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষাত নিয়োজিত অস্থায়ী বনকৰ্মী লগতে গৃহৰক্ষী জোৱান সকলে মাহিলী লাভ কৰে মাত্ৰ ৯ হাজাৰ টকা। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0