Home ৰাজ্য১৫ বছৰে নোহোৱা উন্নয়ন এবছৰত কৰিলে বিধায়ক ডিম্বেশ্বৰে!

১৫ বছৰে নোহোৱা উন্নয়ন এবছৰত কৰিলে বিধায়ক ডিম্বেশ্বৰে!

by News Desk
61 views
A+A-
Reset

বাহাকাবাৰীঃ  ৰহা সমষ্টিৰ বিধায়ক ডিম্বেশ্বৰ দাসে বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ পৰা বিপুল ভোটত জয়ী হোৱাৰ পিছত আজি প্ৰথমবাৰৰ বাবে আলোচনাত মিলিত হয় বগলাজান পঞ্চায়তৰ কংগ্ৰেছ, অগপ আৰু বিজেপিৰ কৰ্মীসকলৰ সৈতে।

পাছত সাংবাদিকৰ আগত বিধায়ক দাসে কয় – বিগত ১৫ বছৰত যি কাম ৰহা সমষ্টিত নহ’ল সেই কাম মোৰ এবছৰীয়া কাৰ্যকালত হৈছে । ২০১৬ – ১৭ বৰ্ষত ৰহা সমষ্টিৰ উন্নয়নৰ বাবে গড়কাপ্টানী বিভাগৰ অধীনত বৰ্তমান লৈকে ৮০ কোটি টকাৰ কাম চলি আছে । কামপুৰ-বৈঠালাংচু পথ , ৰহা-বাৰপূজীয়া পথৰ পকীকৰণৰ কাম কৰি থকা হৈছে। ৰহা-বাৰপূজীয়া পথৰ দুখন পকী দলঙৰ কামো আৰম্ভ কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0