44
newsnextone.com | মৰিয়নীঃ যোৰহাট জিলাৰ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে শুকুৰবাৰে আঁঠু কাঢ়ি ৰাইজক ক্ষমা বিচৰা কাৰ্যই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে মৰিয়নীত৷
জানিব পাৰ মতে, শুকুৰবাৰে যোৰহাট জিলাৰ মৰিয়নী নকচাৰি আদৰ্শ চিকিৎসালত পুৱাৰ ১০ বজালৈ চিকিৎসক উপস্থিত নথকাত একাংশ ৰাইজে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷