Home ৰাজ্যদুৰ্নীতি উদঙাবলৈ মাজনিশা মাৰ্ঘেৰিটাৰ ৰাজপথত বিধায়ক

দুৰ্নীতি উদঙাবলৈ মাজনিশা মাৰ্ঘেৰিটাৰ ৰাজপথত বিধায়ক

by News Desk
81 views
A+A-
Reset

মাৰ্ঘেৰিটাঃ অসম-অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমা আৰক্ষী প্ৰশাসনৰ অন্তৰ্গত টিংৰাইত যোৱা নিশা প্ৰায় ১ বজাত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকনৰ নেতৃত্বত স্থানীয় একাংশ সচেতন যুৱকে মাৰ্ঘেৰিটা মহকুমাৰ গাতে লাগি থকা চুবুৰীয়া অৰুণাচলৰ খাৰচাঙৰ পৰা অবৈধ ভাৱে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে জাগুণ, লিডু, মাৰ্ঘেৰিটা নগৰ হৈ অবৈধ কয়লা কঢ়িয়াই অনা ১২ খন অবৈধ বাৰচকীয়া ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়৷

জব্দ হোৱা ট্ৰাক কেইখন ইতিমধ্যে আৰক্ষীক চমজাই দিয়া হৈছে। আৰক্ষীয়ে এই সন্দৰ্ভত বিধায়কগৰাকীৰ  হৈ পাপু গগৈয়ে দাখিল কৰা এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধি আইনৰ ৩৭৯ ধাৰাৰ অধীনত ১৪৬/১৭ নম্বৰৰ এটি গোচৰো ৰুজু কৰিছে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0