Home ৰাজ্যউন্নয়নৰ খতিয়ান, গোৰেশ্বৰত বিধায়কৰ কনভয় আগভেটা দি ৰখালে আছু-আক্ৰাছুই

উন্নয়নৰ খতিয়ান, গোৰেশ্বৰত বিধায়কৰ কনভয় আগভেটা দি ৰখালে আছু-আক্ৰাছুই

by News Desk
89 views
A+A-
Reset

গোৰেশ্বৰঃ অসম বিধান সভাৰ ৰাজহুৱা হিচাপ সমিতিৰ এটি প্ৰতিনিধি দল মঙলবাৰে ৰঙিয়া বিধান সভা সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰত উপস্থিত হৈ বিভিন্ন আঁচনি পৰিদৰ্শন কৰে৷ ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ নেতৃত্বত পুৱাই ৭ গৰাকী বিধায়ক উপস্থিত হয় গোৰেশ্বৰত৷ স্থানীয় বিধায়কৰ নেতৃত্বত মঙলবাৰে বিধায়কৰ প্ৰতিনিধি দলটো হঠাৎ উপস্থিত হোৱাত চাঞ্চল্যৰ সৃষ্টি হয় গোৰেশ্বৰত৷ মঙলবাৰে পুৱাৰ ভাগতে বিধায়কৰ দলটো গোৰেশ্বৰত উপস্থিত হোৱাত একাংশ বিষয়া-অভিযন্তা, ঠিকাদাৰৰ মাজত হৈ চৈ লাগে৷

এটি বিশেষ সুত্ৰ পৰা জানিব পৰা মতে, মুলত শুক্লা জলসিঞ্চন সংমণ্ডলৰ নতুনকৈ নিৰ্মাণ কৰা আঁচনি আৰু মেৰামতি কৰা পুৰণি আঁচনি সমূহ পৰিদৰ্শন কৰিব বিধান সভাৰ হিচাপ সমিতিয়ে৷ ৰঙিয়া সমষ্টিৰ বিটিএডি এলেকাৰ অধিনৰ গোৰেশ্বৰ অঞ্চলত কোটি কোটি টকা লুন্ঠন হৈ অহাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশুদ্ধ পানী যোগান আঁচনি নিৰ্মাণৰ নামত কোটি কোটি টকা খৰছ কৰি আঁচনি নিৰ্মাণ কৰাৰ পাছতো আজিলৈ গ্ৰাম্য অঞ্চলৰ লোকেসকলে এটুপি পানী খাবলৈ পোৱা নাই ৰাইজে৷ হাবি-জংঘলে আৱৰি ৰাখিছে পানী যোগান আঁচনিসমূহ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0