94
হোজাইঃ ছচিয়েল মিডিয়াই সমাজত যিমান সুপ্ৰভাৱ পেলাইছে সিমানেই পেলাইছে কুপ্ৰভাৱো৷ আধুনিক সমাজৰ অবিচ্ছেদ্য প্ৰয়োজন হিচাপে পৰিগনিত হোৱা ফেচবুক, টুইটাৰ, হোৱাটচএপ আদি সামাজিক মাধ্যমসমূহৰ বহুতেই অপপ্ৰয়োগ কৰি আহিছে৷ যাৰ ফলত বহু লোকৰ জীৱন ধ্বংস হোৱাৰ নিচিনা ঘটনাও ঘটি আছে৷
শেহতীয়াকৈ ছচিয়াল মিডিয়াৰ অপপ্ৰয়োগেৰে এজন যুৱকে এগৰাকী যুৱতীৰ জীৱনৰ সতে হেতালি খেলাৰ কথা পোহৰলৈ আহিছে৷