62
newsnextone.com | চতিয়া: দিনক দিনে যেন হেৰাই গৈছে মানৱতা। ৰাজ্যৰ ভিতৰত সংঘটিত হোৱা নৃশংস আমানবিক ঘটনাই সভ্য সমাজক লজ্জানত কৰা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে কাৰ্বি পাহাৰৰ বুকুত সেউজীয়া বিচাৰি যোৱা অভি আৰু নীল নামৰ চফল দুজন ডেকা একাংশ মানুহৰ নৃশংসতাৰ বলি হৈ প্ৰাণ হেৰুৱাইছিল।
অভি নীলক মৰিয়াই হত্যা কৰাৰ ঘটনাই মানুহৰ মনৰ পৰা শোকৰ জুইকুৰা নুমুওৱাৰ পূৰ্বেই পুনৰ আন এক ঘটনাই সভ্যতাৰ প্ৰতীক মানুহৰ প্ৰকৃত মুখা খন খোল খোৱাইছে ।