65
খেৰণিঃ পাহাৰীয় জিলা পশ্চিম কাৰ্বি আংলঙৰ খেৰণি আৰক্ষী থানাৰ অন্তৰ্গত ঠেছ’বিলত এগৰাকী নৱম শ্ৰেণীৰ ছাত্ৰৰ লংপেন্টৰ পকেটত লৈ থকা অৱস্থাতে মোবাইল বিস্ফোৰণ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ হঠাৎ বিস্ফোৰণ হয় ছাত্ৰজনৰ লংপেন্টৰ পকেটত থকা মোবাইলটো